Morom Nodir Gabhoru Ghat
Superhit Movie
Directed by Pulak Gogoi
Music by Zubeen Garg, Mahalakshmi Iyer
Song List
- Song: Bukure Bhaxa Mur
- Song: Ki Koru Ki Koru Nejanu
- Song: Kau kau kau buli ka'la
Song: Bukure Bhaxa Mur
Song by Zubeen Garg & Mahalakshmi Iyer
Bukure vakha mor buji nupuwa ne
Bukure vakha mor buji nupuwa ne
Jiu mor bukure jiu mor dehre
Jiu mor bukure jiu mor dehre
Bukure vakha mor buji nupuwa ne
Bukure vakha mor buji nupuwa ne
Jiu mor bukure jiu mor dehre
Jiu mor bukure jiu mor dehre
Dulile dulile mone aaji hoi unmon
Fulere upose aaji monore prangon
Dulile dulile mone aaji hoi unmon
Fulere upose aaji monore prangon
Jiu mor bukure jiu mor dehre
Jiu mor bukure jiu mor dehre
Rodore sunali rong bor aanilo
Poreere dukhoni deuka aari la’ma
O’..
Rodore sunali rong bor aanilo
Poreere dukhoni deuka aari la’ma
Eai khan bhari thouk surere
Su ki noso mire
Eai khan bhari thouk surere
Chu-ki-nocho mire
Jiu mor bukure jiu mor dehre
Jiu mor bukure jiu mor dehre
Jibone jadi he pai jay siharan
Lagane jadi he hoy anupom
Akakh kari lao nijore
Bonogit eti hauk surere
Akakh kari lao nijore
Bonogit eti hauk surere
Jiu mor bukure jiu mor dehre
Jiu mor bukure jiu mor dehre
Bukure vakha mor buji nupuwa ne
Bukure vakha mor buji nupuwa ne
Jiu mor bukure jiu mor dehre
Jiu mor bukure jiu mor dehre
Dulile dulile mone aaji hoi unmon
Fulere upose aaji monore prangon
বুকুৰে ভাষা মোৰ বুজি নোপোৱা নে
বুকুৰে ভাষা মোৰ বুজি নোপোৱা নে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
বুকুৰে ভাষা মোৰ বুজি নোপোৱা নে
বুকুৰে ভাষা মোৰ বুজি নোপোৱা নে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
দুলিলে দুলিলে মনে আজি হৈ উন্মন
ফুলেৰে উপচে আজি মনৰে প্রাংগণ
দুলিলে দুলিলে মনে আজি হৈ উন্মন
ফুলেৰে উপচে আজি মনৰে প্রাংগণ
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
ৰ’দৰে সোণালী ৰঙ বোৰ আনিলো
পৰীৰে দুখনি ডেউকা আৰি ল’ম
অ’..
ৰ’দৰে সোণালী ৰঙ বোৰ আনিলো
পৰীৰে দুখনি ডেউকা আৰি ল’ম
এই ক্ষণ ভৰি থওঁক সুৰেৰে
চু কি নুচো মায়াৰে
এই ক্ষণ ভৰি থওঁক সুৰেৰে
চু-কি-নুচো মায়াৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীৱনে যদি হে পায় যায় সিহৰণ
লগনে যদি হে হয় অনুপম
আকাশ কৰি লও নিজৰে
বনগীত এটি হওঁক সুৰেৰে
আকাশ কৰি লও নিজৰে
বনগীত এটি হওঁক সুৰেৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
বুকুৰে ভাষা মোৰ বুজি নোপোৱা নে
বুকুৰে ভাষা মোৰ বুজি নোপোৱা নে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
দুলিলে দুলিলে মনে আজি হৈ উন্মন
ফুলেৰে উপচে আজি মনৰে প্রাংগণ
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
জীউ মোৰ বুকুৰে জীউ মোৰ দেহৰে
Song: Ki Koru Ki Koru Nejanu
Song by Zubeen Garg
Ki karon ki karon nejano
Kiyo je ene ho’la nejano
Ki karon ki karon nejano
Kiyo je ene ho’la nejano
Koteno thou eai dukh hi
Buku vagi jai moi nirupai
Koteno thou eai dukh hi
Buku vagi jai moi nirupai
Akakhe botahe nemate kiy ?
Ki karon ki karon nejano
Kiyo je ene ho’la nejano
Ki karon ki karon nejano
Kiyo je ene ho’la nejano
Kakno ki koo moi hi
Najano kiy aasu jiyai
Kakno ki koo moi hi
Najano kiy aasu jiyai
Sundor aasa ka’to nemata kiyo
Ki karon ki karon nejano
Kiyo je ene ho’la nejano
Ki karon ki karon nejano
Kiyo je ene ho’la nejano
Ki karon ki karon nejano
Kiyo je ene ho’la nejano
Kiyo je ene ho’la nejano
Kiyo je ene ho’la nejano
কি কৰোঁ কি কৰোঁ নেজানো
কিয় যে এনে হ’ল নেজানো
কি কৰোঁ কি কৰোঁ নেজানো
কিয় যে এনে হ’ল নেজানো
কতেনো থওঁ এই দুখ হায়
বুকু ভাগি যাই মই নিৰুপাই
কতেনো থওঁ এই দুখ হায়
বুকু ভাগি যাই মই নিৰুপাই
আকাশে বতাহে নেমাতে কিয় ?
কি কৰোঁ কি কৰোঁ নেজানো
কিয় যে এনে হ’ল নেজানো
কি কৰোঁ কি কৰোঁ নেজানো
কিয় যে এনে হ’ল নেজানো
কাকনো কি কঁও মই হায়
নাযানো কিয় আছোঁ জিয়াই
কাকনো কি কঁও মই হায়
নাযানো কিয় আছোঁ জিয়াই
সুন্দৰ আছা ক’ত নেমাতা কিয়
কি কৰোঁ কি কৰোঁ নেজানো
কিয় যে এনে হ’ল নেজানো
কি কৰোঁ কি কৰোঁ নেজানো
কিয় যে এনে হ’ল নেজানো
কি কৰোঁ কি কৰোঁ নেজানো
কিয় যে এনে হ’ল নেজানো
কিয় যে এনে হ’ল নেজানো
কিয় যে এনে হ’ল নেজানো
Song: Kau kau kau buli ka'la
Song by Zubeen Garg
Kau kau kau buli ka’la
Monore kathati ka’la
Khidinakhon tumi kiy
Ahim buli nahila
Maram nodir gabharu ghat
Bisari bolia ho’la
Maram nodir gabharu ghat
Bisari bolia ho’la
Kau kau kau buli ka’la
Bukure aasa bore
Tumake bisare
Bukure aasa bore
Tumake bisare
Jjolisehi aaji mor
Tumar kuhote je khon
Kusum kumal premore mat
Eshaari mukhere dila
Maram nodir gabharu ghat
Bisari bolia ho’la
Kau kau kau buli ka’la
Monore kathati ka’la
Prothom dekhare pora
Hahire mohila
Prothom dekhare pora
Hahire mohila
Bujise hridaye mor
Othare kapani bor
Khou maram nodir gabharu ghat
Panchoi chopao bo’la
Maram nodir gabharu ghat
Panchoi chopao bo’la
Kau kau kau buli ka’la
Monore kathati ka’la
Khidinakhon tumi kiy
Ahim buli nahila
Khidinakhon tumi kiy
Ahim buli nahila
Maram nodir gabharu ghat
Bisari bolia ho’la
Kau kau kau buli ka’la
কওঁ কওঁ কওঁ বুলি ক’লা
মনৰে কথাটি ক’লা
সিদিনাখন তুমি কিয়
আহিম বুলি নাহিলা
মৰম নদীৰ গাভৰু ঘাট
বিচাৰি বলিয়া হ’লা
মৰম নদীৰ গাভৰু ঘাট
বিচাৰি বলিয়া হ’লা
কওঁ কওঁ কওঁ বুলি ক’লা
বুকুৰে আশা বোৰে
তোমাকে বিচাৰে
বুকুৰে আশা বোৰে
তোমাকে বিচাৰে
জ্বলিছেহি আজি মোৰ
তোমাৰ কুঁহতে যে সোণ
কুসুম কুমল প্ৰেমৰে মাত
এশাৰি মুখেৰে দিলা
মৰম নদীৰ গাভৰু ঘাট
বিচাৰি বলিয়া হ’লা
কওঁ কওঁ কওঁ বুলি ক’লা
মনৰে কথাটি ক’লা
প্ৰথম দেখাৰে পৰা
হাঁহিৰে মোহিলা
প্ৰথম দেখাৰে পৰা
হাঁহিৰে মোহিলা
বুজিছে হৃদয়ে মোৰ
ওঠৰে কপনি বোৰ
সৌ মৰম নদীৰ গাভৰু ঘাট
পানচৈ চপাও ব’লা
মৰম নদীৰ গাভৰু ঘাট
পানচৈ চপাও ব’লা
কওঁ কওঁ কওঁ বুলি ক’লা
মনৰে কথাটি কলা
সিদিনাখন তুমি কিয়
আহিম বুলি নাহিলা
সিদিনাখন তুমি কিয়
আহিম বুলি নাহিলা
মৰম নদীৰ গাভৰু ঘাট
বিচাৰি বলিয়া হ’লা
কওঁ কওঁ কওঁ বুলি ক’লা
Hi, how have you been lately?
真免费!价值万元资源,不要一分钱,网址:https://www.53278.xyz/